പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള লোক എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

লোক   বিশেষ্য

അർത്ഥം : এজনতকৈ অধিক ব্যক্তি

ഉദാഹരണം : জনতাৰ মংগলৰ অর্থে ্কাম কৰা উচিত

പര്യായപദങ്ങൾ : জনগণ, জনতা, জনমানস

അർത്ഥം : পৃথিৱীত থকা লোক

ഉദാഹരണം : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে

പര്യായപദങ്ങൾ : জগত, জনতা, জনসাধাৰণ, বিশ্ব, সংসাৰ, ৰাইজ

അർത്ഥം : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো

ഉദാഹരണം : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব

പര്യായപദങ്ങൾ : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, সংসাৰ, সৃষ্টি

അർത്ഥം : মনুষ্য জাতি বা সমূহৰ মাজৰ কোনো এজন

ഉദാഹരണം : সকলো ব্যক্তিৰে পচন্দ বেলেগ-বেলেগ হয় এই গাড়ীখনত মাথোন দুজন ব্যক্তিহে বহিব পাৰিব

പര്യായപദങ്ങൾ : জন, ব্যক্তি, মানুহ

അർത്ഥം : নিজৰ জ্ঞান-বুদ্ধিৰ কাৰণে সকলো প্রাণীৰ ওপৰত প্রভাৱ বিস্তাৰ কৰা সেই দ্বি-পদী প্রাণী যাৰ ভিতৰত আমি, আপুনি আৰু সকলোৱেই পৰোঁ:মানুহ নিজৰ জ্ঞান-বুদ্ধিৰ কাৰণেই সকলো প্রাণীতকৈ শ্রেষ্ঠ

ഉദാഹരണം :

പര്യായപദങ്ങൾ : ইনসান, জন, নৰ, নৰ-মনিচ, মনিচ, মনুজ, মনুষ্য, মর্ত্ত্য, মানুহ, মানৱ