അർത്ഥം : উদাহৰণ হিচাপে লোৱা
ഉദാഹരണം :
ৰামকে ধৰি লোৱা, তেওঁ কিমান সহজ-সৰলভাৱে থাকে
പര്യായപദങ്ങൾ : লোৱা
അർത്ഥം : কাৰোবাক দিয়া বস্তু পুনৰ নিজৰ কৰা
ഉദാഹരണം :
বাইদেৱে যোৱা বছৰ দিয়া শাৰীখন লৈ লʼলে
പര്യായപദങ്ങൾ : ঘূৰাই লৈ লোৱা, ঘূৰাই লোৱা