അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো বস্তুৰ গাঢ় আঠালেটীয়া ৰূপ
ഉദാഹരണം : তেওঁ বেৰত ্মাটিৰ লেও লগাই আছিল
പര്യായപദങ്ങൾ : পেষ্ট, লেও
അർത്ഥം : লিপা কার্য ্বা ভাব
ഉദാഹരണം : শস্য থোৱাৰ আগতে ভঁ্ৰালৰ লেপন কৰা হয়
അർത്ഥം : লেওৰ দৰে কোনো বস্তুক কোনো তল বা পৃষ্ঠৰ ওপৰত লগোৱা
ഉദാഹരണം : বেৰৰ লেপন শেষ হৈ গৈছে
പര്യായപദങ്ങൾ : অনুলেপন, প্লাষ্টাৰ
അർത്ഥം : প্ৰলেপিত কৰা কাৰ্য
ഉദാഹരണം : ঘৰটোৰ প্ৰলেপ লগোৱা হৈছে
പര്യായപദങ്ങൾ : প্ৰলেপ
അർത്ഥം : ঘা আদিৰ ওপৰত লগোৱা ঔষধৰ লেপন
ഉദാഹരണം : তেওঁ ্ঘা-ডোখৰত ঔষধৰ লেপন লগাই আছে
പര്യായപദങ്ങൾ : লেপ
അർത്ഥം : কোনো বস্তুৰ পৃষ্ঠ ভাগত অন্য কোনো বস্তু সনা কার্য
ഉദാഹരണം : কুমাৰে টেকেলিটোত মাটিৰ প্রলেপ লগাই আছে
പര്യായപദങ്ങൾ : প্রলেপ, লেও
ഇൻസ്റ്റാൾ ചെയ്യുക