പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള লেতেৰা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

লেতেৰা   বিশেষ্য

അർത്ഥം : কোনো বস্তুৰ পৰা ওলোৱা বা তাৰ ওপৰত জমা হোৱা তৰপ বা ধূলি

ഉദാഹരണം : কাপোৰৰ পৰা ময়লা গুচাবলৈ হʼলে চাবোনেৰে ধুব লাগে

പര്യായപദങ്ങൾ : মল, ময়লা

লেতেৰা   বিশেষণ

അർത്ഥം : যাৰ চাল-চলন বা ঢং, স্বভাৱ আদি ভাল নহয়

ഉദാഹരണം : বেয়া লʼৰা-ছোৱালীৰ লগত নেখেলিবা

പര്യായപദങ്ങൾ : বেয়া

അർത്ഥം : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়

ഉദാഹരണം : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে

പര്യായപദങ്ങൾ : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, অপৰিষ্কৃত, আবিল, কলুষিত, ক্লেদাক্ত, খেহেটা, ঘোলা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা-পেতেৰা

അർത്ഥം : যিটোৰ শোধন কৰা হোৱা নাই

ഉദാഹരണം : অশোধিত পানী স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক

പര്യായപദങ്ങൾ : অপৰিষ্কৃত, অশুদ্ধ, অশোধিত, অসংশোধিত