അർത്ഥം : অনুচিতভাৱে লোৱা
ഉദാഹരണം :
আজিকালি লʼৰা-ছোৱালীৰ প্রৱেশৰ কাৰণে বৰঙণিৰ নামত শিক্ষা সংস্থা সমূহে লুটিছে
അർത്ഥം : কাৰোবাক অত্যধিক খৰচ কৰোৱা
ഉദാഹരണം :
সুনীলে নতুন চাকৰি পোৱাৰ খবৰটো পোৱাৰ পিছত লগৰীয়াসকলে অভ্যর্থ্্নাৰ নামত ্তেওঁক খুউব লুটিলে
അർത്ഥം : ডকা-হকা দি বা বলপূর্বক্্ভাৱে কোনো বস্তু লৈ যোৱা কার্য
ഉദാഹരണം :
আমাৰ চহৰত এজন মহাজনক লুটিলে
പര്യായപദങ്ങൾ : লুটপাত কৰা