അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো বস্তুৰ ওপৰত কোনো ধৰণৰ প্ৰলেপ এৰাব নোৱাৰাকৈ লগোৱা কাৰ্য
ഉദാഹരണം : দীপাৱলীৰ সময়ত ঘৰবোৰ ৰং আদিৰে লিপা হয়
പര്യായപദങ്ങൾ : লেপন দিয়া
അർത്ഥം : কোনো ভিজা বস্তুৰ পাতল লেপন লগোৱা কাৰ্য
ഉദാഹരണം : ভঁৰাল ঘৰটো গোবৰেৰে লিপিছে
അർത്ഥം : গুলি লোৱা বস্তুৰে পাতলকৈ দিয়া লেপন
ഉദാഹരണം : তেওঁ ্ গোবৰেৰে ঘৰ লিপিছে
പര്യായപദങ്ങൾ : মচা, লিচা, লেও দিয়া, লেপন দিয়া, লেপা
അർത്ഥം : লেপ লগাই থোৱা
ഉദാഹരണം : তেওঁ ্ছাঁই লিপি থোৱা বাচনবোৰ ধুই আছে
പര്യായപദങ്ങൾ : লিপি থোৱা, লিপ্ত
ഇൻസ്റ്റാൾ ചെയ്യുക