അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কাৰোবাক লোভ দেখুৱাই নিজৰ ফলীয়া কৰা কোনো কথা বা কাম
ഉദാഹരണം : কান্দি থকা শিশুটোক প্রলোভন জৰিয়তে সহজে শান্ত কৰিব পৰা যায়
പര്യായപദങ്ങൾ : প্রলোভন
അർത്ഥം : কিবা পাবৰ কাৰণে মনত উপজা অত্যধিক ইচ্ছা বা আগ্রহ যাক অনুচিত হিচাপে বিবেচনা কৰা হয়
ഉദാഹരണം : যিকোনো বস্তুৰ প্রতি অত্যধিক লোভ ভাল নহয়
പര്യായപദങ്ങൾ : প্রলোভ, মোহ, লালচ, লিপ্সা, লোভ
അർത്ഥം : প্রবল অভিলাষ বা তীব্র ইচ্ছা
ഉദാഹരണം : মানুহৰ উৰাৰ প্রতি থকা লালসাৰ কাৰণেই উৰা জাহাজৰ আৱিষ্কাৰ হৈছিল
ഇൻസ്റ്റാൾ ചെയ്യുക