അർത്ഥം : লাটভিয়াৰ লোকসকলৰ ভাষা
ഉദാഹരണം :
তোমাৰ বাবে লাটভিয়ান শিকি লোৱা ভাল হʼব
പര്യായപദങ്ങൾ : লাটভিয়ান ভাষা
അർത്ഥം : লাটভিয়াৰ অধিবাসী
ഉദാഹരണം :
সন্মিলনখনিৰ শুভাৰম্ভ লাটভিয়াবাসীকেইজনে কৰিলে
പര്യായപദങ്ങൾ : লাটভিয়া বাসী, লাটভিয়া-বাসী, লাটভিয়াবাসী
അർത്ഥം : লাটভিয়া সম্বন্ধী বা লাটভিয়াৰ
ഉദാഹരണം :
ইয়ান লাটভিয়ান কলাৰ প্রদর্শনী চলিছে
അർത്ഥം : লাটভিয়ান ভাষা সম্বন্ধী বা লাটভিয়ান ভাষাৰ
ഉദാഹരണം :
লাটভিয়ান সংবাদ পত্রত ছপা হোৱা সংবাদৰ ওপৰত চর্চা চলি আছে