അർത്ഥം : আঠাজাতীয় বস্তুৰ সৈতে কোনো দুটা বস্তু পৰস্পৰ লগলাগি যোৱা
ഉദാഹരണം :
কাগজখন কাঠডালত লাগি ধৰিল
പര്യായപദങ്ങൾ : আঁট ্খোৱা
അർത്ഥം : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা
ഉദാഹരണം :
মোৰ ডিঙিটো টানি ধৰিছে
പര്യായപദങ്ങൾ : টানি ধৰা, পাক খোৱা, মোচোকা খোৱা
അർത്ഥം : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা
ഉദാഹരണം :
শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল
പര്യായപദങ്ങൾ : আঠা লগা, লগ লগা, লিপিট খোৱা, সাবটি ধৰা