അർത്ഥം : কার্য আদিত ৰত হোৱা
ഉദാഹരണം :
ৰত্নাই দিনটো মিঠাই বনোৱাত লাগি আছে
പര്യായപദങ്ങൾ : ব্যস্ত হোৱা, লগা
അർത്ഥം : কোনো কাম আদিত ভালদৰে নিমগ্ন হোৱা
ഉദാഹരണം :
তুমি নিজৰ কাম কৰা, সফলতা নিশ্চয় এদিন আহিব
പര്യായപദങ്ങൾ : কৰা
അർത്ഥം : কামত লিপ্ত হোৱা
ഉദാഹരണം :
মই দিনটো এই প্রশ্নটোতে লাগি থাকিলো