അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি লিপিত লাও ভাষা লিখা হয়
ഉദാഹരണം : লাওৰ মুদ্রণ স্পষ্ট হোৱা নাই
പര്യായപദങ്ങൾ : লাও লিপি
അർത്ഥം : থাইলেণ্ড তথা লাওচ দেশৰ মেকং নদীৰ পাৰত বসতি কৰা বৌদ্ধ লোকৰ ভাষা
ഉദാഹരണം : বৌদ্ধ ভিক্ষুকসকলে লাওত কিবা কথা কৈ আছে
പര്യായപദങ്ങൾ : লাও ভাষা, লাও-ভাষা
അർത്ഥം : লাও ভাষাৰ সৈতে সম্বন্ধ থকা বা লাও ভাষাৰ
ഉദാഹരണം : লাও গ্রন্থবোৰৰ পৰা তেওঁ বুদ্ধৰ বিষয়ত অধিক জ্ঞান আহৰণ কৰিবৰ কাৰণে প্রচেষ্টা চলাই আছে
അർത്ഥം : লাওচৰ সৈতে সম্বন্ধ থকা বা লাওচৰ
ഉദാഹരണം : সঞ্জনাই লাও সংস্কৃতি বৰ ভাল পায়
പര്യായപദങ്ങൾ : লাওচিয়ান
ഇൻസ്റ്റാൾ ചെയ്യുക