അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : প্রাকৃতিক অথবা কৃত্রিম কাৰণত উৎপন্ন হোৱা কোনো বস্তুৰ লহৰ যি কোনো শৰীৰ বা বাতাৱৰণত প্রৱাহিত হৈ থাকে
ഉദാഹരണം : বিদ্যুততো তৰঙ্গ থাকে
പര്യായപദങ്ങൾ : ঢৌ, তৰংগ, তৰঙ্গ
അർത്ഥം : শৰীৰত কোনো মনোবেগ উঠা কার্য
ഉദാഹരണം : জনতাৰ মাজত নেতাৰ প্রতি ক্রোধৰ লহৰ আছে
അർത്ഥം : হঠাৎ জোৰেৰে অহা প্রৱাহ
ഉദാഹരണം : পানীৰ লহৰবোৰ শিলত ঠেকা খাই আগুৱাই গৈ আছে
പര്യായപദങ്ങൾ : ধাৰ
അർത്ഥം : নদী, সাগৰ আদিৰ পানীভাগ লাহে-লাহে দূৰৰ পৰা ৰৈ ৰৈ ওপৰলৈ উঠি পুনৰ তললৈ নামি সমান্তৰালভাৱে সৃষ্টি কৰা এক ৰূপ
ഉദാഹരണം : সাগৰৰ ঢৌবোৰ শিলত খুন্দা খাই ওপৰলৈ উঠি গৈছে
പര്യായപദങ്ങൾ : উর্মি, কল্লোল, ঢৌ, তৰংগ, তৰঙ্গ, লহৰী, হিল্লোল
ഇൻസ്റ്റാൾ ചെയ്യുക