അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কামনা-বাসনাত অতি বেছিকৈ লিপ্ত হৈ থকা ব্যক্তি
ഉദാഹരണം : কামুকে জীৱনৰ সুখ শান্তি কাম-বাসনাৰ মাজত হে দেখা পাই
പര്യായപദങ്ങൾ : কামী, কামুক, বিষয়ী, ভোগী
അർത്ഥം : যাৰ কামবাসনা বহুত
ഉദാഹരണം : তেওঁ এজন ্কামুক ব্যক্তি
പര്യായപദങ്ങൾ : কামপৰবশ, কামবিহ্বল, কামমোহিত, কামাত্মা, কামান্ধ, কামার্ত, কামাসক্ত, কামী, কামীন, কামুক, বিষয়ী, ভোগী, ্কামাতুৰ, ্কামার্ত্ত, ৰতিপৰায়ণ, ৰতিবিহ্বল, ৰমণাভিলাষী
അർത്ഥം : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট
ഉദാഹരണം :
പര്യായപദങ്ങൾ : কামুক, খেচেৰা, খেচৰ, চৰিত্রহীন, দুশ্চৰিত্র, বদমাচ, ব্যভিচাৰী, লুচ্ছা
അർത്ഥം : যি ব্যভিচাৰ কৰে
ഉദാഹരണം : আদিবাসীসকলে এজন ব্যভিচাৰী ্কর্ম্্চাৰীক ধৰিলৈ বহুত পিটিলে
പര്യായപദങ്ങൾ : কামী, কামুক, খেচেৰা, খেচৰ, ব্যভিচাৰী, লুচ্ছা
ഇൻസ്റ്റാൾ ചെയ്യുക