പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള লগোৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

লগোৱা   বিশেষ্য

അർത്ഥം : লগোৱা কার্য

ഉദാഹരണം : গছপুলি কেৱল লগোৱাটোৱেই আৱশ্যকীয় নহয় বৰঞ্চ তাৰ চোৱা-চিতা কৰাটো অতি জৰুৰী

അർത്ഥം : কোনো বস্তু লগোৱা বা স্থাপন কৰা কার্য

ഉദാഹരണം : দূৰভাষ লগাওতে অধিক সময় নালাগিব

লগোৱা   ক্ৰিয়া

അർത്ഥം : পৰস্পৰৰ মাজত এনেভাৱে মিলিত হোৱা যাতে দুজনৰ পৃষ্ঠ বা তল পৰস্পৰৰ গাত লাগি যায়

ഉദാഹരണം : তুমি নিজৰ শৰীৰটো মোৰ গাত নলগাবা

അർത്ഥം : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া

ഉദാഹരണം : লতাই কুর্তাটোত বুটাম লগাই আছে

പര്യായപദങ്ങൾ : চিলাই কৰা, জোৰা লগোৱা, সীওৱা, সীৱন কৰা

അർത്ഥം : ভালদৰে স্থিৰ কৰা কার্য

ഉദാഹരണം : ৰাজমিস্ত্ৰীয়ে মজিয়াত টাইলচ লগাইছে

പര്യായപദങ്ങൾ : বহুওৱা

അർത്ഥം : কোনো বস্তু আদিত কোনো বস্তু বহুওৱা

ഉദാഹരണം : সোণাৰীয়ে সোণৰ আঙঠিত হীৰা লগাইছে

പര്യായപദങ്ങൾ : খটোৱা

അർത്ഥം : কোনো এবিধ বস্তুৰ গাত আন বস্তু বিয়পাই দিয়া

ഉദാഹരണം : কিছুমান মানুহে ৰুটিত ঘিউ সানি লয়

പര്യായപദങ്ങൾ : ঘঁ্হা, সনা

അർത്ഥം : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া

ഉദാഹരണം : সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে

പര്യായപദങ്ങൾ : অভিলেপ কৰা, চৰোৱা

അർത്ഥം : কোনো সঠিক ঠাইত উপনীত কৰোৱা

ഉദാഹരണം : ড্রাইভাৰে গাড়ীখন বাছ আস্থানত লগালেহি

അർത്ഥം : উদ্ভিদ আদিৰ ৰোপন কার্য

ഉദാഹരണം : মালীয়ে টাবত গোলাপৰ কলম লগালে

പര്യായപദങ്ങൾ : ৰোপন কৰা

അർത്ഥം : ব্যৱহাৰ বা কামত অহা

ഉദാഹരണം : ৰাজগীৰে এই ঘৰটোত এশ বস্তা চিমেণ্ট লগালে

പര്യായപദങ്ങൾ : খৰচ কৰা

അർത്ഥം : কার্যত সংলগ্ন কৰোৱা

ഉദാഹരണം : এক একৰ খেতিৰ শষ্য কাটিবলৈ খেতিয়কে পাঁচজন মানুহ লগালে

അർത്ഥം : কোনো বস্তুক সহজে ওলাব নোৱাৰাকৈ কʼৰবাত স্থিৰ কৰি থোৱা কার্য

ഉദാഹരണം : সৈনিকসকলে কামানটো শিলৰ ওপৰত লগালে

പര്യായപദങ്ങൾ : ওলোমাই থোৱা

അർത്ഥം : কোনো এক বস্তুৰ ওপৰত আন কোনো বস্তু তৰপ দিয়া

ഉദാഹരണം : হিন্দুসকলে বিবাহ উপলক্ষত দৰা-কইনাৰ শৰীৰত মাহ-হালধি লগায়

പര്യായപദങ്ങൾ : লেপন লগোৱা, সনা

അർത്ഥം : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা

ഉദാഹരണം : দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে

പര്യായപദങ്ങൾ : ব্যৱস্থিত কৰা, সজোৱা

അർത്ഥം : ছাতি, চছমা আদি ধাৰণ কৰা

ഉദാഹരണം : আজিকালি সৰু-সৰু লʼৰা-ছোৱালীয়েও চছমা লগায়

പര്യായപദങ്ങൾ : ধাৰণ কৰা

അർത്ഥം : কাৰোবাৰ ওপৰত দোষ আদি দিয়া

ഉദാഹരണം : তেওঁ নিজৰ দোষ মোৰ ওপৰত আৰোপ কৰিলে

പര്യായപദങ്ങൾ : আৰোপ কৰা, দিয়া

അർത്ഥം : বিনিয়োগ কৰা

ഉദാഹരണം : তেওঁ নিজৰ বহুত ধন শ্বেয়াৰ মার্কেটত বিনিয়োগ কৰিছে

പര്യായപദങ്ങൾ : খটুৱা, বিনিয়োগ কৰা

അർത്ഥം : কোনো বস্তুৰ ওপৰত কিবা সিয়া, লগোৱা বা জোৰা দিয়া কার্য

ഉദാഹരണം : কামিজত বুটাম লগাই দিয়া

പര്യായപദങ്ങൾ : লগাই দিয়া