അർത്ഥം : উদ্ভিদ আদিত ফল-ফুল লগা কার্য্য
ഉദാഹരണം :
এই বছৰ আম গছত সোনকালে মল লাগিছে
അർത്ഥം : কার্য আদিত ৰত হোৱা
ഉദാഹരണം :
ৰত্নাই দিনটো মিঠাই বনোৱাত লাগি আছে
പര്യായപദങ്ങൾ : ব্যস্ত হোৱা, লাগি থকা
അർത്ഥം : কোনো সঠিক ঠাইত গৈ উপনীত হোৱা
ഉദാഹരണം :
নাওখন নদীৰ পাৰত গৈ লাগিল
അർത്ഥം : অনুমানতকৈ বেছি প্রয়োজন হোৱা
ഉദാഹരണം :
এই কামটোত বহুত টকা লাগিছে
അർത്ഥം : কোনো কামত লগা
ഉദാഹരണം :
বিবাহ সম্পন্ন হোৱালৈকে মোহিত কামত লাগি থাকিল
പര്യായപദങ്ങൾ : ৰত হোৱা
അർത്ഥം : কোনো কামত দৃঢ়তাৰে লাগি থকা
ഉദാഹരണം :
বিবাহ ওচৰ চপাৰ লগে-লগে পৰিয়ালবর্গই প্রস্তুতিত পূর্ণোদ্যমে লাগি গʼল
പര്യായപദങ്ങൾ : লাগি যোৱা
അർത്ഥം : কাৰোবাক আঘাত দিয়া
ഉദാഹരണം :
তেওঁ ্মোক পেনৰ নিব লগালে
അർത്ഥം : আঘাত বা কষ্ট পোৱা
ഉദാഹരണം :
তেওঁৰ ্ কথাই মোক বৰকৈ আঘাত কৰিলে খুঁটিটোত মোৰ ভৰিখন বৰ জোৰেৰে লাগিল
പര്യായപദങ്ങൾ : আঘাত কৰা
അർത്ഥം : সম্বন্ধত কিবা হোৱা
ഉദാഹരണം :
মনোজদেৱ সম্বন্ধত মোৰ খুৰা লাগে
അർത്ഥം : উদ্ভিদৰ শিপাই মাটিত খামুচি ধৰা
ഉദാഹരണം :
বাগিছাত ৰোপন কৰা দহজোপাৰ উদ্ভিদৰ ভিতৰত সাতজোপা লাগিছে
അർത്ഥം : কোনো ভাব অৱস্থা আদিৰ উৎপন্ন হোৱা
ഉദാഹരണം :
আজিৰ ৰসজ্ঞ কবি সন্মিলনত বৰ আনন্দ লাগিল