അർത്ഥം : সামান্য শাৰীৰিক অৱস্থা বা ক্রিয়াত ৰোগীৰ অনুভৱ হোৱা সেই পৰি্ৱর্তনবোৰ আৰু যিবোৰ কোনো কোনো ৰোগৰ সূচক হয়
ഉദാഹരണം :
টাইফয়ডৰ লক্ষণ যেন লাগিছে
പര്യായപദങ്ങൾ : ৰোগৰ লক্ষণ
അർത്ഥം : কোনো বস্তুৰ মাজত পোৱা বিশেষ কথা বা তত্ত্ব যাৰ দ্বাৰা তেনে বস্তু অন্য বস্তুতকৈ পৃথক বুলি গণ্য কৰা হয়
ഉദാഹരണം :
সকলো বস্তুৰে কিছুমান লক্ষণ থাকে
പര്യായപദങ്ങൾ : গুণ
അർത്ഥം : কোনো বিশেষ কামৰ আৰম্ভণিতে দেখা দিয়া শুভ বা অশুভ চিন
ഉദാഹരണം :
মহিলাৰ বাঁওচকু লৰিলে শুভ লক্ষণ হোৱাৰ বিপৰীতে পুৰুষৰ বাঁওচকু লৰিলে অশুভ লক্ষণ বুলি বিশ্বাস কৰা হয়
പര്യായപദങ്ങൾ : পূর্বাভাস