പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള যোৰা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

যোৰা   বিশেষ্য

അർത്ഥം : এজন মানুহে এবাৰত একেলগে পিন্ধা সকলো কাপোৰ

ഉദാഹരണം : তেওঁ বাকচত থোৱা কাপোৰবোৰৰ মাজৰ পৰা এযোৰ কাপোৰ উলিয়াই পিন্ধিলে

പര്യായപദങ്ങൾ : যোৰ

അർത്ഥം : কোনোধৰণৰ কামত অহা দুটা বস্তু যাক একেলগে এটা বুলি গণ্য কৰা হয়

ഉദാഹരണം : মোৰ ছোৱালীজনীক বছৰত পাঁচযোৰ জোতা-চেণ্ডেল লাগে

പര്യായപദങ്ങൾ : যোৰ

അർത്ഥം : একে ধৰণৰ দুটা বস্তু

ഉദാഹരണം : পাৰৰ এই যোৰাটো ভাল

പര്യായപദങ്ങൾ : হাল

അർത്ഥം : দুজন ব্যক্তি, বস্তু আদিৰ ইটো-সিটোৰ সৈতে সহযোগ বা সম্বন্ধ থকা

ഉദാഹരണം : তেওঁলোকৰ ্যোৰা বহুত ভাল লাগে

അർത്ഥം : নৰ আৰু নাৰীৰ একেলগে দুয়োজন

ഉദാഹരണം : চিকাৰীটোৱে ক্রৌঞ্চ পক্ষীৰ যোৰাটোৰ এটাক মাৰি পেলালে

പര്യായപദങ്ങൾ : মিথুন, যুগল