പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള যাদু എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

যাদু   বিশেষ্য

അർത്ഥം : মানুহে অলৌকিক আৰু অমানৱীয় বুলি বিবেচনা কৰা এক ধৰণৰ আশ্চর্যজনক ্কাম

ഉദാഹരണം : চন্দ্রকান্তাৰ কাহিনী মায়া-জালেৰে ভৰি আছে

പര്യായപദങ്ങൾ : ইন্দ্র-জাল, ইন্দ্রজাল, চমৎকাৰ, মায়া জাল, মায়া-জাল

അർത്ഥം : দর্শকে ৰহসয্ বুজিব নোৱাৰা এক ধৰণৰ অদ্ভূত খেল

ഉദാഹരണം : যাদুকৰে যাদুৰে মিঠাই বনাই দিলে

അർത്ഥം : কাৰোবাৰ অহিত চিন্তা কৰিবলৈ বা দেৱ-দেৱীৰ বাধা দূৰ কৰিবলৈ প্রয়োগ কৰা কোনো অলৌকিক শক্তি বা ভূত-প্রেত বিশ্বাস কৰি কৰা কাম

ഉദാഹരണം : আজিৰ বিজ্ঞানীয়ে যাদু-মন্ত্রৰ ওপৰত বিশ্বাক নকৰে

പര്യായപദങ്ങൾ : ইন্দ্রজালবিদ্যা, কুহক, কুহকবিদ্যা, টাটক-নাটক, তন্ত্র-মন্ত্র, ভেলেকী, ভেলেকীবাজী, মায়া, যাদু-মন্ত্র, যাদুবিদ্যা