അർത്ഥം : যি যশ লাভ কৰিছে
ഉദാഹരണം :
মুন্সী প্রেমচান্দ হিন্দী সাহিত্যৰ এজন যশস্বী লেখক আছিল
പര്യായപദങ്ങൾ : খ্যাতনামা, জনা-শুনা, নামকৰা, প্রথিতনামা, প্রথিতযশা, যশস্বান, যশস্বী, যশস্যাশালী, যশোমণ্ডিত, যশোৱন্ত, যশোৱান, সুবিদিত, স্বনামধন্য