പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള যন্ত্রণা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

যন্ত্রণা   বিশেষ্য

അർത്ഥം : শৰীৰত আঘাত পালে, ঘা হʼলে অথবা মোচোকা খালে অনুভৱ হোৱা অৱস্থা

ഉദാഹരണം : ৰোগীৰ কষ্ট দিনে-দিনে বাঢ়িহে গৈছে

പര്യായപദങ്ങൾ : কষ্ট, কৃচ্ছ্র, ক্লিষ্টতা, ক্লেশ, নিকাৰ, পীড়া, বেদনা, ব্যথা, যাতনা

അർത്ഥം : শৰীৰ বা মনত দিয়া বা হোৱা পীড়া

ഉദാഹരണം : ভাৰতক স্বাধীন কৰিবৰ কাৰণে দেশভক্তসকলে বহুত কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল

പര്യായപദങ്ങൾ : কষ্ট, দুখ, দুখ-কষ্ট, দুখ-বেদনা, যাতনা

അർത്ഥം : আপোন ব্যক্তিৰ মৃত্যুত বা বিয়োগৰ কাৰণে মনত হোৱা কষ্ট

ഉദാഹരണം : ৰামৰ বনবাসত সমগ্র অযোধ্যা নগৰীত শোকৰ ছাঁ পৰিল তেখেতৰ মৃত্যুত সকলো গণ্য-মান্য ব্যক্তিয়ে শোক প্রকাশ কৰিলে

പര്യായപദങ്ങൾ : অন্তর্দাহ, অসুখ, ক্লেশ, দুঃখ, দুখ, পীড়া, বিষাদ, বেজাই, বেজাৰ, বেদনা, ব্যথা, মনঃক্লেশ, মনস্তাপ, মনোকষ্ট, যাতনা, শোক, শোগ, সন্তাপ