അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি কোনো কাম কৰিবৰ বাবে সমর্থ
ഉദാഹരണം : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল
പര്യായപദങ്ങൾ : উচিত, উপযুক্ত, ঠিক, যথাযথ, যথার্থ, যুগুত, যোগ্য, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য
അർത്ഥം : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল
ഉദാഹരണം :
പര്യായപദങ്ങൾ : উচিত, উপযুক্ত, ঠিক, যথাযোগ্য, যথার্থ, যুগুত, যোগ্য, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ
അർത്ഥം : যিদৰে কৰা উচিত তেনেধৰণৰ
ഉദാഹരണം : তেওঁ সকলোৰে লগত যথোচিত ব্যৱহাৰ কৰে
ഇൻസ്റ്റാൾ ചെയ്യുക