പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള মৰা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

মৰা   বিশেষ্য

അർത്ഥം : মাৰ দিয়া কার্য ্বা ভাব

ഉദാഹരണം : কাৰোবাক মাৰিবৰ কাৰণে সাহস লাগিব

പര്യായപദങ്ങൾ : প্রহাৰ কৰা

അർത്ഥം : এবিধ উদ্ভিদ যাৰ আঁহৰ ্ পৰা ৰচী, থৈলা, ডাঠ কাপোৰ আদি তৈয়াৰ কৰা হয়

ഉദാഹരണം : বেঙ্গলত মৰাপাটৰ খেতি বেছিকৈ হয়

പര്യായപദങ്ങൾ : মৰাপাট

মৰা   ক্ৰিয়া

അർത്ഥം : মৰাৰ সমান কষ্ট কৰা

ഉദാഹരണം : তেওঁ দিনে-ৰাতিয়ে যিজন ভায়েকৰ চোৱা-চিতাৰ কাৰণে মৰি আছিল, সেই ভায়েকে তেওঁক নিৰাশ কৰিলে

അർത്ഥം : খেলৰ কোনো গুটী বা খেলুৱৈৰ খেলৰ নিয়মানুসৰি কোনো কাৰণে খেলৰ পৰা বাহিৰ হোৱা বা পৃথক কৰা

ഉദാഹരണം : এই খেলত আমাৰ চাৰিজন লগৰীয়া মৰি থাকিল যদিও খেলত আমি জিকিলোঁ

അർത്ഥം : কোনো বস্তু ভিতৰলৈ ঠেলিবৰ কাৰণে তাৰ ওপৰত জোৰেৰে কৰা প্রহাৰ

ഉദാഹരണം : ৰামে মূর্তিটো লগাবৰ কাৰণে বেৰত গজাল মাৰিছে

അർത്ഥം : কোনো মনোবেগ, ইচ্ছা আদিৰ হেঁচি নধৰাকৈ সমানে সমানে হোৱা কার্য

ഉദാഹരണം : ঘনে-ঘনে চাহ খোৱাৰ কাৰণে মোৰ ভোক মৰি গʼল

പര്യായപദങ്ങൾ : মৰি যোৱা

അർത്ഥം : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা

ഉദാഹരണം : পুলিচে চোৰটোক লাঠিৰে মাৰিছে

പര്യായപദങ്ങൾ : কোবোৱা, ধুলাই দিয়া, পিটন দিয়া, পিটা, প্রহাৰ কৰা

അർത്ഥം : জীৱনৰ অন্ত পেলোৱা কার্য

ഉദാഹരണം : সন্ত্রাসবাদীয়ে পাঁচজন লোকক মাৰিলে

പര്യായപദങ്ങൾ : জীৱন লোৱা, প্রাণ বায়ু উৰোৱা, প্রাণ লোৱা, বধ কৰা, সংহাৰ কৰা, হত্যা কৰা, হনন কৰা