പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ম্লান എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ম্লান   বিশেষণ

അർത്ഥം : যাৰ কান্তি মাৰ গৈছে

ഉദാഹരണം : মাকক দেখিয়ে পুতেকৰ ম্লান মুখ উজ্বলি উঠিল

പര്യായപദങ്ങൾ : অনুজ্জ্বল, নিষ্প্রভ, মলিন, স্তিমিত

അർത്ഥം : যাৰ মন দুখী হৈ কোনো কথাৰ পৰা আঁতৰি গৈছে

ഉദാഹരണം : তুমি চিন্তিত হৈ থকাৰ কথাটো তোমাৰ উদাস চেহেৰাটোৰ পৰাই জানিব পাৰি

പര്യായപദങ്ങൾ : অন্যমনস্ক, উদাস, বিৰক্ত

അർത്ഥം : যাৰ তেজ নাই বা যিজনৰ তেজৰ অভাৱ হৈছে

ഉദാഹരണം : সদায় চিন্তিত হৈ থকাৰ কাৰণে তেওঁৰ চেহেৰা যৌৱনতে নিস্তেজ হʼবলৈ ধৰিছে

പര്യായപദങ്ങൾ : অপ্রভ, আভাহীন, কান্তিহীন, তেজহীন, নিস্তেজ, মলীন, মোলান, শেতা