അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কথা কোৱা, গান গোৱা আদিত যাৰ মধুৰ স্বৰ আছে
ഉദാഹരണം : গীতাই সুৰীয়া মাতে মাতেৰে সৰস্বতী বন্দনা কৰিছে
പര്യായപദങ്ങൾ : মধুৰ, মিঠা, মিহি, শুৱলা, শ্রুতিমধুৰ, সুকণ্ঠী, সুললিত, সুৰধর্মী, সুৰীয়া, সুৱদি
ഇൻസ്റ്റാൾ ചെയ്യുക