അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : মৌ-মাখিয়ে ফুলৰ পৰা সংগ্রহ কৰি মৌচাকত সঞ্চিত কৰা ফলৰ ৰসৰ দৰে মিঠা বস্তু
ഉദാഹരണം : মৌ বৰ উপকাৰী
പര്യായപദങ്ങൾ : মধু, মৌৰস
അർത്ഥം : ফুলৰ ৰস চুহি মৌ গোটোৱা এবিধ মাখিজাতীয় পতংগ
ഉദാഹരണം : এই গছজোপাত মৌ-মাখিৰ বিচনী আছে
പര്യായപദങ്ങൾ : পুষ্পলিহ, মধুকৰ, মধুপ, মধুপায়ী, মধুব্রত, মধুমক্ষিকা, মধুলিহ, মধুলেহ, মধুলেহী, মৌ-গুটি, মৌ-মাখি, মৌমাখি
ഇൻസ്റ്റാൾ ചെയ്യുക