അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : দবাখেলৰ কোনো গুটি
ഉദാഹരണം : তেওঁ বহুত ্চেষ্টা কৰি নিজৰ মোহৰাটো বচালে
അർത്ഥം : অংকিত ৰেখা, দাগ, চিহ্ন আদিক এনেদৰে ঘঁ্হা যাতে ই থাকি নাযায়
ഉദാഹരണം : শিক্ষকে ব্লেকবʼর্ডত লিখা আখৰবোৰ ডাস্তাৰে মোহাৰি আছে
അർത്ഥം : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : ঘূৰা, ঘূৰোৱা, পকা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া
അർത്ഥം : ঘঁহি-পিহি ধূলি বা ময়লা আদি চফা কৰা কার্য
ഉദാഹരണം : তেওঁ নতুন কাপোৰখনেৰে গাড়ী মচিছে
പര്യായപദങ്ങൾ : মচা, মজা
ഇൻസ്റ്റാൾ ചെയ്യുക