അർത്ഥം : বস্তু আদি ভৰাবলৈ বা সাঁচি ৰাখিবৰ কাৰণে কাপোৰ আদিৰ পৰা তৈয়াৰ কৰা এক প্রকাৰৰ পাত্র বিশেষ
ഉദാഹരണം :
মোনাটো ফাটি যোৱাৰ কাৰণে কিছুমান বস্তু ৰাষ্টাতে পৰি আহিল
പര്യായപദങ്ങൾ : জোলোঙা
അർത്ഥം : যি কাপোৰত কিতাপ, বহি আদি বান্ধি ৰখা হয় বা বন্ধা হয়
ഉദാഹരണം :
ককাই ৰচীদবোৰ মোনাত ৰাখে
പര്യായപദങ്ങൾ : বেগ