പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള মেৰ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

মেৰ   বিশেষ্য

അർത്ഥം : ৰছী আদিত থকা পাক

ഉദാഹരണം : কোনো ৰচীত যিমান গোঠনি থাকে সিমানে ৰছিডাল মজবুত হয়

പര്യായപദങ്ങൾ : গোঁঠনি, পাক

അർത്ഥം : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন

ഉദാഹരണം : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে

പര്യായപദങ്ങൾ : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, বেৰা

അർത്ഥം : যি ঠাইৰ পৰা ৰাষ্টা কোনো দিশলৈ গতি কৰিছে

ഉദാഹരണം : আগৰ মেচটোৰ পৰা এই ৰাষ্টাটো সিধা সাগৰৰ পিনে গৈছে

പര്യായപദങ്ങൾ : মেচ

അർത്ഥം : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল, ভঁ্ৰাল ঘৰ, ভাণ্ডাৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম

അർത്ഥം : ঘূৰা কার্য ্বা অৱস্থা

ഉദാഹരണം : এই ৰাস্তাটোত বহুত মেৰ আছে

പര്യായപദങ്ങൾ : ঘেৰ

അർത്ഥം : যি ঠাইৰ পৰা কোনো বস্তুৱে অন্যফাললৈ গতি কৰে

ഉദാഹരണം : তাঁৰডালৰ মেৰটোত এটা জেঠী বহি আছে