പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള মেলা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

মেলা   বিশেষ্য

അർത്ഥം : উৎসৱ-পার্বণ আদিৰ সময়ত বা বস্তু আদিৰ ক্রয়-বিক্রয় বা প্রদর্শনীৰ কাৰণে কোনো স্থানত বহুতো লোক একত্রিত হোৱা কার্য

ഉദാഹരണം : মাঘী পূর্ণিমাৰ দিনা প্রয়াগত মেলা বহে

അർത്ഥം : অতি উলহ-মালহেৰে ডাঙৰকৈ আয়োজন কৰা সার্বজনীন মাংগলিক কার্য:আমাৰ বিদ্যালয়ত শিশু দিৱস উপলক্ষে এখনি বহু ডাঙৰ সমাৰোহৰ আয়োজন কৰা হৈছে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : উছব, উৎসৱ, মহোৎসৱ, সমাৰোহ

মেলা   ক্ৰিয়া

അർത്ഥം : দলিচা, কাপোৰ আদি মাটি বা কোনো সমতল বস্তু আদিত বহলাই দিয়া

ഉദാഹരണം : তেওঁ বিচনাত চাদৰখন মেলি দিলে

പര്യായപദങ്ങൾ : পাৰি দিয়া, বিস্তাৰ কৰা, মেলি দিয়া

അർത്ഥം : কোনো বস্তুৰ প্রসাৰিতকৰণ

ഉദാഹരണം : তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে

പര്യായപദങ്ങൾ : বহলকৈ মেলা, বিস্তাৰ কৰা, মেলি দিয়া