അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি
ഉദാഹരണം : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল
പര്യായപദങ്ങൾ : জ্ঞান, ধী, ধীশক্তি, বিবেক, বুদ্ধি, মতি, মনীষা
അർത്ഥം : মানুহে কোনো কামত অত্যধিক যোগ্যতাৰে কাম কৰি দেখুৱা এক বিশিষ্ট আৰু অসাধাৰণ মানসিক শক্তি বা গুণ
ഉദാഹരണം : স্বামী বিবেকানন্দ এক অসাধাৰণ প্রতিভা আছিল
പര്യായപദങ്ങൾ : প্রতিভা
അർത്ഥം : বুদ্ধিমান হোৱাৰ অৱস্থা বা ভাব
ഉദാഹരണം : তেওঁ নিজৰ বুদ্ধিমত্তাৰেহে এই কামটোত সফল হʼল
പര്യായപദങ്ങൾ : চতুৰতা, চাতুর্য, চাতুৰী, ধী, ধীশক্তি, বিচাৰ-বুদ্ধি, বুদ্ধি, বুদ্ধিমত্তা, বুধি, বুধি-সুধি, মতি
ഇൻസ്റ്റാൾ ചെയ്യുക