അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : জুইশলা ভৰাই থোৱা সৰু আকাৰৰ বাকচ বিশেষ
ഉദാഹരണം : ধুপকাঠি জ্বলাবৰ কাৰণে আইতাই দিয়াচলাইৰ পৰা জুইশলা উলিয়াই আছে
പര്യായപദങ്ങൾ : জুইশলা, দিয়াচলাই, মেচ বক্স
അർത്ഥം : যি ঠাইৰ পৰা ৰাষ্টা কোনো দিশলৈ গতি কৰিছে
ഉദാഹരണം : আগৰ মেচটোৰ পৰা এই ৰাষ্টাটো সিধা সাগৰৰ পিনে গৈছে
പര്യായപദങ്ങൾ : মেৰ
അർത്ഥം : দুটা দল বা ভালেমান প্রতিযোগীয়ে প্রতিযোগিতাত অংশগ্রহণ কৰা খেল বিশেষ
ഉദാഹരണം : আমি ভাৰত আৰু শ্রীলংকা মেচ চাই আছোঁ
ഇൻസ്റ്റാൾ ചെയ്യുക