അർത്ഥം : আকাশত চাৰিওফালৰ পৰা ঘেৰি ধৰা কʼলা ডাৱৰৰ সমষ্টি
ഉദാഹരണം :
আকাশত কʼলীয়া মেঘে ছানি ধৰিছে
പര്യായപദങ്ങൾ : কʼলীয়া ডাৱৰ, কʼলীয়া মেঘ, ঘনঘটা, ঘনঘোৰ, মেঘাড়ম্বৰ
അർത്ഥം : যি ঋতুত বা মাহত বৰষুণ হয়
ഉദാഹരണം :
কেতিয়াবা কেতিয়াবা বর্ষাকালত ইমান বৰষুণ হয় যে কোনো কোনো ঠাইত বানপানী হৈ যায়
പര്യായപദങ്ങൾ : প্রাবৃষ, বর্ষা, বর্ষা ঋতু, বর্ষাকাল, বাৰিষা, বাৰিষা বতৰ, বাৰিষাকাল, বৰষুণৰ বতৰ