പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള মৃত্যু എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

মৃত্যু   বিশেষ্য

അർത്ഥം : হিন্দু ধর্ম অনুসৰি মৃত্যুৰ অধিপতি দেৱতা

ഉദാഹരണം : সতী সাৱিত্রীয়ে যমৰাজৰ পৰা সৌভাগ্যৱতী হোৱাৰ বৰ লাভ কৰি নিজৰ মৃত পতিক জীৱিত কৰি তুলিছিল

പര്യായപദങ്ങൾ : অন্তক, কৃতান্ত, ধর্ম্ম্্ৰাজ, ধর্ম্ম্্ৰায়, নাৰন্তক, প্রজান্তক, মহিষবাহন, যম, যম-ৰজা, যমৰাজ, শমন

അർത്ഥം : শৰীৰৰ পৰা প্রাণবায়ু ওলাই যোৱা কার্য

ഉദാഹരണം : জন্মিলে মৃত্যু হʼবই

പര്യായപദങ്ങൾ : আয়ুপাত, আয়ুশেষ, আয়ুস ওকলা-, ইহলোক ত্যাগ কৰা-, কাল, কালগ্রাম, চকু মুদা-, চকুৰ আঁৰ্ হোৱা-, জীৱন পতন, জীৱন পাত কৰা-, ঢুকুৱা-, তিৰোধান, তিৰোভাৱ, দেহাৱসান, ধাতু উৰা-, নাম লুকোৱা-, প্রাণ পখী উৰি যোৱা-, প্রাণ-নাশ, প্রাণত্যাগ, প্রয়াণ, পয়াণ, পৰলোক হোৱা-, বিয়োগ হোৱা-, বৈকুণ্ঠ পয়াণ, মহাপ্রস্থান, মহাপ্রয়াণ, মহাযাত্রা, মোক্ষ লাভ, মৰণ, মৰা-, লোকান্তৰ, লোকান্তৰ হোৱা-, হানি হোৱা-

അർത്ഥം : অন্তিম নিশ্বাস লোৱা বা মৰাৰ সময়

ഉദാഹരണം : তেওঁৰ মৃত্যু অতি ওচৰত

പര്യായപദങ്ങൾ : কাল, মৰণ কাল