അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : মানদণ্ডৰ আধাৰত কৰা কোনো বস্তু আদিৰ মহত্ত্ব
ഉദാഹരണം : নৈতিক মূল্যৰ দিনে-দিনে অৱনতি ঘটিবলৈ লৈছে
അർത്ഥം : কোনো বস্তু কিনিলে বা বেচিলে তাৰ সলনি দিবলগীয়া ধন:এই গাড়ীখনৰ দাম কিমান?
ഉദാഹരണം :
പര്യായപദങ്ങൾ : দাম, দৰ, নিৰিখ, বেচ, ভাও, হাৰ
അർത്ഥം : কোনো কথা বা সিদ্ধান্ত মানি লোৱা কার্য ্বা ভাব
ഉദാഹരണം : পুৰণি মূল্যবোধক আজিৰ প্রজন্মই বিশ্বাস নকৰে
പര്യായപദങ്ങൾ : বিচাৰধাৰা, মূল্যবোধ
അർത്ഥം : কোনো বস্তুৰ আপেক্ষিক শ্রেষ্ঠতা, উপযোগিতা বা আদৰ বঢ়োৱা বা কমোৱা বিষয়
ഉദാഹരണം : জ্ঞানৰ মহত্ত্ব সকলোতে দেখিবলৈ পোৱা যায়
പര്യായപദങ്ങൾ : গৌৰৱ, গৰিমা, মহত্ত্ব, মাহাত্ম্য
അർത്ഥം : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়
ഉദാഹരണം : হীৰাৰ মূল্য জহুৰীয়েহে জানে
പര്യായപദങ്ങൾ : দাম
ഇൻസ്റ്റാൾ ചെയ്യുക