പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള মূল എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

মূল   বিশেষ্য

അർത്ഥം : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়

ഉദാഹരണം : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়

പര്യായപദങ്ങൾ : অর্থ, কাৰক, কাৰণ, নিমিত্ত, হেতু

അർത്ഥം : পানী আৰু আহাৰ আহৰণ কৰিবৰ কাৰণে মাটিত খামুচি থকা উদ্ভিদৰ নিম্নাংশ

ഉദാഹരണം : আয়ুর্বেদিক চিকিৎসাত বিভিন্ন প্রকাৰৰ শিপা ব্যৱহাৰ কৰা হয়

പര്യായപദങ്ങൾ : পম, শিপা, শিহা, শিহৰি, শিয়া

അർത്ഥം : কোনো বস্তু চেপিলে বা পিচিলে ওলোৱা তৰল পদার্থ

ഉദാഹരണം : পদিনাৰ ৰস পেটৰ কাৰণে বৰ ভাল

പര്യായപദങ്ങൾ : অর্ক, আৰক, নি্র্যাস, ্সাৰ অংশ, ৰস

মূল   বিশেষণ

അർത്ഥം : কোনো বস্তুৰ মূল বা তত্ত্বৰ সৈতে সম্বন্ধ ৰাখোতা

ഉദാഹരണം : সত্য, অহিংসা আৰু প্রেম হৈছে সংস্কৃতিৰ আধাৰ

പര്യായപദങ്ങൾ : আধাৰ, বুনিয়াদ

അർത്ഥം : যিটো আৱশ্যক হয়

ഉദാഹരണം : আমাৰ শৰীৰটো পাঁচটা মুখ্য পদার্থৰে গঠিত

പര്യായപദങ്ങൾ : প্রধান, মুখ্য

അർത്ഥം : যʼত পোৱা যায় সেই ঠাইত জন্ম হোৱা বা উৎপন্ন হোৱা

ഉദാഹരണം : উটপক্ষী অষ্ট্রেলিয়াৰ স্থানীয় চৰাই

പര്യായപദങ്ങൾ : আঞ্চলিক, থলুৱা, দেশজ, দেশজাত, দেশী, দেশীয়, স্থানীয়