അർത്ഥം : যিটো মুদ্রা লিখন যন্ত্রৰে লিখা বা মুদ্রিত কৰা হৈছে
ഉദാഹരണം :
টাইপ কৰা পত্রখন এবাৰ আপুনি পঢ়ি লওক
പര്യായപദങ്ങൾ : টাইপ কৰা
അർത്ഥം : যাৰ মুদ্রণ কৰা হৈছে
ഉദാഹരണം :
এই কিতাপখন চৰকাৰী ছপাশালত মুদ্রিত
അർത്ഥം : যʼত মুদ্রা বা মোহৰ লগোৱা হৈছে
ഉദാഹരണം :
বিষয়াজনে টাইপত মুদ্রিত কাগজৰ ওপৰত চহী কৰিলে
പര്യായപദങ്ങൾ : মুদ্রাংকিত, মুদ্রাঙ্কিত