അർത്ഥം : কোনো বন্ধন বা কাম আদিৰ পৰা মুক্ত হোৱা
ഉദാഹരണം :
ঋষিজনে নিজৰ সাধনাৰ বলত সংসাৰৰ দুখৰ পৰা উদ্ধাৰ পালে
പര്യായപദങ്ങൾ : উদ্ধাৰ পোৱা, নিস্তাৰ পোৱা
അർത്ഥം : বান্ধি থোৱা বা ফান্দত পৰা কোনো বস্তু আঁতৰি যোৱা কার্য
ഉദാഹരണം :
মাছবোৰ জালৰ পৰা এৰাই গʼল
പര്യായപദങ്ങൾ : উন্মুক্ত হোৱা, এৰাই যোৱা, বন্ধন মুক্ত হোৱা, সুলকি যোৱা