അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : পাতল হোৱা অৱস্থা বা ভাব
ഉദാഹരണം : চিফনৰ কাপোৰ মিহি হয়
പര്യായപദങ്ങൾ : পাতল
അർത്ഥം : যʼত কলা নিপুণতা বা সূক্ষ্মতা ফুটি উঠে
ഉദാഹരണം : ৰেচমী কুর্তাটোত মিহি চিলাই কৰা হৈছে
പര്യായപദങ്ങൾ : সূক্ষ্ম
അർത്ഥം : যাৰ স্থূলতা বা ব্যাস কম
ഉദാഹരണം : এই কাপোৰখন বৰ পাতল
അർത്ഥം : উচ্চ আৰু তীব্র শ্্ব্দ
ഉദാഹരണം : শীলাৰ মাতটো বহুত মিহি
പര്യായപദങ്ങൾ : মিহি মাত
അർത്ഥം : যিটো খহটা নহয়
ഉദാഹരണം : বাঢ়ৈজনে পাটচটা মিহি কৰি আছে
പര്യായപദങ്ങൾ : নিমজ
അർത്ഥം : কথা কোৱা, গান গোৱা আদিত যাৰ মধুৰ স্বৰ আছে
ഉദാഹരണം : গীতাই সুৰীয়া মাতে মাতেৰে সৰস্বতী বন্দনা কৰিছে
പര്യായപദങ്ങൾ : মধুৰ, মিঠা, মৌ-বৰষা, শুৱলা, শ্রুতিমধুৰ, সুকণ্ঠী, সুললিত, সুৰধর্মী, সুৰীয়া, সুৱদি
ഇൻസ്റ്റാൾ ചെയ്യുക