അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : এটা বস্তুত আন বস্তু বা বিভিন্ন বস্তু ঢালি সকলো একেলগ কৰা
ഉദാഹരണം : গোৱালে গাখীৰত পানী মিহলায় দোকানীয়ে জালুকত অমিতাৰ গুটি মিলায়
പര്യായപദങ്ങൾ : মিলা, মিলোৱা, মিহলোৱা
അർത്ഥം : কিহবাৰ সৈতে মিলি থকা কার্য
ഉദാഹരണം : তেল পানীত কেতিয়াও নিমিহলে
പര്യായപദങ്ങൾ : এক হোৱা, মিশ্রিত হোৱা, মিহলি কৰা, মিহলি হোৱা, সংমিশ্রিত হোৱা
ഇൻസ്റ്റാൾ ചെയ്യുക