അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : উপযুক্ত আৰু সঠিকভাৱে কৰা সংযোগ
ഉദാഹരണം : পৰস্পৰৰ মিলৰ দ্বাৰা কঠিনৰো কঠিন কাম সম্ভৱ হয়
പര്യായപദങ്ങൾ : অদ্বিতীয়ত্ব, অনুৰূপতা, অপার্থক্য, অপৃথকতা, অবিচ্ছিন্নতা, অভিন্নতা, অভিন্নত্ব, অভেদ, একতা, একৰূপতা, ঐক্য, তুল্যতা, সদৃশতা, সমতা, সমভাব, সমানয়ন, সমৰূপত্ব, সামঞ্জস্য, সাযুজ্য
അർത്ഥം : যি ঠাইত কোনো বস্তুৰ অধিক পৰিমাণে উৎপাদন কৰা হয়:এই কাৰখানাটোৰ শ্রমিকসকলে ধর্মঘট কৰি আছে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : কাৰখানা, ফেক্টৰী
അർത്ഥം : একতকৈ অধিক বস্তু আদিৰ কোনো এঠাইত মিলোৱা বা লগ লগোৱা কার্য
ഉദാഹരണം : অম্ল আৰু ক্ষাৰৰ সংযোগত লৱণ তৈয়াৰ কৰা হয়
പര്യായപദങ്ങൾ : মিলন, যোগ, সংযোগ
അർത്ഥം : বিজুলী মটৰ আদিৰে চলা শস্য, মাহ, দানা আদি পিচা যন্ত্র
ഉദാഹരണം : এই মিলটোৰ আটা মোটা
ഇൻസ്റ്റാൾ ചെയ്യുക