പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള মাৰাঠী എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

মাৰাঠী   বিশেষ্য

അർത്ഥം : ভাৰতবর্ষৰ ্মহাৰাষ্ট্র ৰাজ্যৰ ভাষা

ഉദാഹരണം : ভালেমান বছৰ ধৰি মুম্বাইত থকাৰ কাৰণে তেওঁ ্মাৰাঠীটো কথা পাতিব পাৰে

പര്യായപദങ്ങൾ : মাৰাঠী ভাষা

അർത്ഥം : ভাৰতবর্ষৰ ্মহাৰাষ্ট্র ৰাজ্যৰ নিবাসী

ഉദാഹരണം : কেইবাজনো মাৰাঠী মোৰ ভাল বন্ধু

പര്യായപദങ്ങൾ : মহাৰাষ্ট্রী

মাৰাঠী   বিশেষণ

അർത്ഥം : মহাৰাষ্ট্রত থকা বা বসতি কৰা

ഉദാഹരണം : সন্ত টুকাৰামৰ মাৰাঠী জনসাধাৰণৰ ওপৰত বিশেষ ধৰণৰ প্রভাৱ আছে

പര്യായപദങ്ങൾ : মহাৰাষ্ট্রী

അർത്ഥം : যাৰ মাতৃভাষা মাৰাঠী

ഉദാഹരണം : তাত্যাপাৰাত মাৰাঠী লোকৰ সংখ্যাগৰিষ্ঠতা আছে

അർത്ഥം : মাৰাঠী ভাষাৰ সৈতে সম্বন্ধ থকা

ഉദാഹരണം : মাৰাঠী সাহিত্য বহু বিকশিত আৰু উন্নত

അർത്ഥം : মহাৰাষ্ট্রৰ সৈতে সম্বন্ধ থকা বা মহাৰাষ্ট্রৰ

ഉദാഹരണം : নেতাগৰাকীয়ে পৰম্পৰাগত মাৰাঠী বেশ-ভূষা পৰিধান কৰি মঞ্চত উঠিলে