പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള মাহেকীয়া എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

মাহেকীয়া   বিশেষ্য

അർത്ഥം : যৌৱনাৰম্ভৰ পৰা আৰম্ভ কৰি ৰজোনিবৃত্তিলৈকে চলা মহিলাসকলৰ এক প্রক্রিয়া

ഉദാഹരണം : মাহেকীয়াৰ সময়ত মহিলাসকলে বিশেষধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত

പര്യായപദങ്ങൾ : ঋতুস্রাব, মাসিক

അർത്ഥം : স্ত্রীৰ জননেন্দ্রিয়ৰ পৰা প্রতি মাহৰ তিনি চাৰি দিনলৈকে ৰক্ত আদি

ഉദാഹരണം : ঋতুস্রাৱৰ সময়ত বেছিভাগ মহিলাৰে সমস্যাই দেখা দিয়ে

പര്യായപദങ്ങൾ : ঋতু, ঋতুস্রাৱ, নোৱাৰা হোৱা-, পুষ্পিতা, ৰজঃ, ৰজস্বলা

মাহেকীয়া   বিশেষণ

അർത്ഥം : প্রত্যেক মাহত এবাৰ বা মাহে মাহে হোৱা

ഉദാഹരണം : এই মন্দিৰটোত মাহেকীয়া ৰামকথাৰ আয়োজন কৰা হয়