അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো বস্তু জোখ বা মাপলোৱা কাম
ഉദാഹരണം : খেতিডৰাৰ ভাগ-বাটোৱাৰা কৰাৰ কাৰণে তাৰ জোখমাপ কৰা হʼল
പര്യായപദങ്ങൾ : জোখ-মাপ, জোখমাপ
അർത്ഥം : যি উপকৰণৰ দ্বাৰা কিবা বস্তু জোখা হয়
ഉദാഹരണം : এইটো এক লিটাৰৰ মাপক
പര്യായപദങ്ങൾ : মাপক, মাপক উপকৰণ
അർത്ഥം : ভৰ, আয়তন আদি জোখা একক
ഉദാഹരണം : ভৰ আৰু আয়তন জোখা মাপক বেলেগ-বেলেগ থাকে
പര്യായപദങ്ങൾ : মাপক
അർത്ഥം : জোখ-মাপ কৰা কার্য
ഉദാഹരണം : মণ্ডলজনে মাপ লোৱাৰ পিছত কার্যালয়লৈ গুচি গʼল
പര്യായപദങ്ങൾ : জোখমাপ, নাপ
അർത്ഥം : কোনো বস্তুৰ দীঘ, প্রস্থ, উচ্চতা আদি যাক কোনো নির্দিষ্ট দৈর্ঘ্যৰ আধাৰত তুলনা কৰা হয়
ഉദാഹരണം : সোহনৰ কঁ্কালৰ জোখ ত্রিশ ইঞ্চি
പര്യായപദങ്ങൾ : জোখ, জোখ-মাখ, পৰিমাপ
ഇൻസ്റ്റാൾ ചെയ്യുക