അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ভাল নোপোৱা কোনো বস্তু, ব্যক্তি বা পৰিস্থিতিক নিবিচৰা স্বত্বেও স্বীকাৰ কৰি লোৱা:বিয়াৰ পিছত শীলাই বহুত দিনলৈকে শহুৰেকৰ ঘৰৰ অত্যাচাৰ সহ্য কৰি থাকিল নিজৰ ভনীয়েকৰ কাৰণেই তেওঁ সকলো অপমান মানি লʼলে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : মানা, সহা, সহ্য কৰা
അർത്ഥം : কোনো বস্তু, ব্যক্তি আদিক নিজৰ বুলি মানি লোৱা
ഉദാഹരണം : মই হিন্দু ধর্মক স্বীকাৰ কৰোঁ
പര്യായപദങ്ങൾ : মনা, স্বীকাৰ কৰা
ഇൻസ്റ്റാൾ ചെയ്യുക