പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള মানা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

মানা   বিশেষ্য

അർത്ഥം : কোনো কামত বা কথাত মানা কৰা

ഉദാഹരണം : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ

പര്യായപദങ്ങൾ : নামঞ্জুৰ, নিবাৰণ, নিষেধ, বাধা, বাধা-নিষেধ, বাৰক, হাক, হাক-বচন

അർത്ഥം : স্বীকাৰ নকৰাৰ ভাব বা কার্য

ഉദാഹരണം : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে

പര്യായപദങ്ങൾ : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান

মানা   ক্ৰিয়া

അർത്ഥം : ভাল নোপোৱা কোনো বস্তু, ব্যক্তি বা পৰিস্থিতিক নিবিচৰা স্বত্বেও স্বীকাৰ কৰি লোৱা:বিয়াৰ পিছত শীলাই বহুত দিনলৈকে শহুৰেকৰ ঘৰৰ অত্যাচাৰ সহ্য কৰি থাকিল নিজৰ ভনীয়েকৰ কাৰণেই তেওঁ সকলো অপমান মানি লʼলে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : মানি লোৱা, সহা, সহ্য কৰা

അർത്ഥം : * পৰীক্ষণ বা প্রমাণৰ কাৰণে স্বীকাৰ কৰা

ഉദാഹരണം : ন্যায়ালয়ে আপোনাৰ মিছা যুক্তি মানি নলয়

പര്യായപദങ്ങൾ : স্বীকাৰ কৰা, স্বীকৃতি দিয়া

মানা   বিশেষণ

അർത്ഥം : যাক নিষেধ কৰা হৈছে

ഉദാഹരണം : এই বিলত ্সাঁতোৰাত বাধা আছে

പര്യായപദങ്ങൾ : নিষিদ্ধ, নিষেধিত, বর্জিত, বাধা