അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো কামত বা কথাত মানা কৰা
ഉദാഹരണം : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ
പര്യായപദങ്ങൾ : নামঞ্জুৰ, নিবাৰণ, নিষেধ, বাধা, বাধা-নিষেধ, বাৰক, হাক, হাক-বচন
അർത്ഥം : স্বীকাৰ নকৰাৰ ভাব বা কার্য
ഉദാഹരണം : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
പര്യായപദങ്ങൾ : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান
അർത്ഥം : ভাল নোপোৱা কোনো বস্তু, ব্যক্তি বা পৰিস্থিতিক নিবিচৰা স্বত্বেও স্বীকাৰ কৰি লোৱা:বিয়াৰ পিছত শীলাই বহুত দিনলৈকে শহুৰেকৰ ঘৰৰ অত্যাচাৰ সহ্য কৰি থাকিল নিজৰ ভনীয়েকৰ কাৰণেই তেওঁ সকলো অপমান মানি লʼলে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : মানি লোৱা, সহা, সহ্য কৰা
അർത്ഥം : * পৰীক্ষণ বা প্রমাণৰ কাৰণে স্বীকাৰ কৰা
ഉദാഹരണം : ন্যায়ালয়ে আপোনাৰ মিছা যুক্তি মানি নলয়
പര്യായപദങ്ങൾ : স্বীকাৰ কৰা, স্বীকৃতি দিয়া
അർത്ഥം : যাক নিষেধ কৰা হৈছে
ഉദാഹരണം : এই বিলত ্সাঁতোৰাত বাধা আছে
പര്യായപദങ്ങൾ : নিষিদ্ধ, নিষেধিত, বর্জিত, বাধা
ഇൻസ്റ്റാൾ ചെയ്യുക