പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള মান എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

মান   বিশেষ্য

അർത്ഥം : কাৰোবাক উদ্দেশ্যি কোনো কথা কওঁতে বা কোনো কাম কৰোতে তেওঁ সন্তোষিত বা সন্মানিত হোৱা অৱস্থা

ഉദാഹരണം : মাক-দেউতাকক সন্মান কৰিব লাগে স্থান হেৰালে মান হেৰায়

പര്യായപദങ്ങൾ : আদৰ, ইজ্জত, কদৰ, মর্যাদা, সন্মান, সমাদৰ, সম্ভ্রম

അർത്ഥം : সংখ্যা বা গণনাৰ সূচক

ഉദാഹരണം : মোৰ বজাৰৰ পৰা দুটামান বস্তু কিনিবলগীয়া আছে

അർത്ഥം : কোনো বস্তু জোখমাপ কৰিবৰ কাৰণে মাত্রা বা মান হিচাপে লোৱা মান বিশেষ

ഉദാഹരണം : তাপমানৰ একক ডিগ্রী চেণ্টিগ্রেড

പര്യായപദങ്ങൾ : ইউনিট, একক

അർത്ഥം : প্রতিষ্ঠিত হোৱাৰ ভাব বা অৱস্থা:তেওঁৰ ্ সমাজত বৰ মান আছে এই নির্বাচনত মই যিকোনো প্রকাৰে জিকিবই লাগিব কিয়নো ইয়াত মোৰ মান-সন্মানৰ প্রশ্ন জড়িত হৈ আছে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : আদৰ, ইজ্জত, কদৰ, মর্যাত, মর্যাদা, মান-মর্যাদা, মান-সন্মান, মান-সম্ভ্রম, সন্মান, সমাদৰ, সম্ভ্রম