പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള মহাৰাণী എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

মহাৰাণী   বিশেষ্য

അർത്ഥം : ৰজাৰ প্রধান পত্নী

ഉദാഹരണം : মন্দোদৰী লংকাধিপতি ৰাবণৰ মহাৰাণী আছিল

പര്യായപദങ്ങൾ : পাটৰাণী, ৰাজমহিষী

അർത്ഥം : ৰজাৰ পত্নী

ഉദാഹരണം : ৰজা দশৰথৰ তিনিগৰাকী পত্নী আছিল

പര്യായപദങ്ങൾ : চুলতানা, পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, বেগম, মহাদৈ, মহিষী, মাদৈ, সম্রাজ্ঞী, ৰাজ-ৰাজেশ্বৰী, ৰাজ্ঞী, ৰাজৰাণী, ৰাণী

അർത്ഥം : কোনো ঠাই বা দেশৰ মুখ্য মহিলা শাসক:ৰাজিয়া চুলতানা, লক্ষ্মী বাই আদি ৰাণীসকলে নিজৰ পৰাক্রমেৰে শত্রুৰ সৈতে সমানে যুঁজিছিল

ഉദാഹരണം :

പര്യായപദങ്ങൾ : পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, বেগম, মহাদৈ, মাদৈ, ৰাণী

അർത്ഥം : * কোনো বিশেষ খেলৰ ক্ষেত্রত শী্র্ষত ্ বা সকলোতকৈ ওপৰত থকা খেলুৱৈ

ഉദാഹരണം : ফেডাৰাৰ টেনিচৰ সম্রাট চানিয়াও কেতিয়াবা টেনিচৰ ৰাণী হৈ যাব পাৰে

പര്യായപദങ്ങൾ : ওজা, বাদশ্বাহ, মহাৰজা, সম্রাজ্ঞী, সম্রাট, ৰজা, ৰাণী