അർത്ഥം : ব্রাহ্মণ, গুৰু আদিৰ কাৰণে আদৰসূচক সম্বোধন
ഉദാഹരണം :
এই মহাৰাজে নিজৰ ভোজন স্বয়ং বনায়
അർത്ഥം : যি ৰজাৰ ৰাজ্য দূৰ দূৰলৈ প্রসাৰিত হৈ থাকে
ഉദാഹരണം :
দশৰথ এজন চক্রৱর্তী ৰজা আছিল
പര്യായപദങ്ങൾ : চক্রৱর্তী ৰজা
അർത്ഥം : কোনো দেশ বা জাতিৰ প্রধান শাসক বা পতি:ত্রেতা যুগত শ্রীৰাম অযোধ্যাৰ ৰজা আছিল
ഉദാഹരണം :
പര്യായപദങ്ങൾ : অধিপতি, অধিৰাজ, অধীশ্বৰ, ক্ষিতিনাথ, ক্ষিতিপতি, ক্ষিতিপাল, ক্ষিতীশ, চক্রৱর্ত্তী, জাহাপনা, নৃপ, নৃপতি, নৰদেৱ, নৰপতি, নৰাধিপ, নৰেন্দ্র, নৰেশ, প্রজানাথ, প্রজাপালক, বাদশ্বাহ, ভূপ, ভূপতি, মহাৰজা, স্বর্গদেউ, ৰজা, ৰাজচক্রৱর্ত্তী