അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিজন জ্ঞান আদিৰ দৃষ্টিত সকলোতকৈ ওপৰৰ
ഉദാഹരണം : এই সন্মিলনত ভালেমান মহান পণ্ডিতে অংশ গ্রহণ কৰিব
പര്യായപദങ്ങൾ : ডাঙৰ
അർത്ഥം : যিজন বৰ ভাল আৰু বহুত সন্মানীয়
ഉദാഹരണം : মহাত্মা গান্ধী এজন মহান ব্যক্তি আছিল
പര്യായപദങ്ങൾ : উদাৰহৃদয়, মহাভাগ, মহামতি, মহৎ, সুমহান
ഇൻസ്റ്റാൾ ചെയ്യുക