അർത്ഥം : মনত উদয় হোৱা ভাব বা কোনো বিচাৰ
ഉദാഹരണം :
মনোভাবৰ ওপৰত নিয়ন্ত্রণ ৰখাটো কঠিন মনলৈ বিভিন্ন ধৰণৰ ভাব আহে
പര്യായപദങ്ങൾ : ভাব, মনোভাবনা, মানসিক ভাব
അർത്ഥം : মনৰ অৱস্থা
ഉദാഹരണം :
তেওঁৰ ্মানসিক অৱস্থা এতিয়া ভাল নহয়
പര്യായപദങ്ങൾ : মনোবৃত্তি, মনোৱস্থা, মানসিক অৱস্থা, মানসিকতা